ছিপাঝাৰত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

ছিপাঝাৰত পথ দুৰ্ঘটনাত মৃত্যু এজনৰ

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

লক্ষীপুৰ উন্নয়নখণ্ডৰ কাৰ্যালয়ত হাতীৰ তাণ্ডৱঃ এগৰাকী বৃদ্ধাৰ মৃত্যু...

ডিজিটেল ডেস্কঃ ৰাজ্যত ক্ৰমাত বৃদ্ধি পাইছে পথ দুৰ্ঘটনাৰ ঘটনা। দৈনিক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটিছে বহু লোকে। বৃহস্পতিবাৰে পুনৰ ছিপাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

Advertisment

ছিপাঝাৰৰ হাজৰিকাপাৰাত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হয় অপূৰ্ব ডেকা নামৰ যুৱকজনৰ। জানিব পৰা মতে, অপূৰ্ব ডেকাই বাইকেৰে আহি থাকোতে পথৰ কাষৰ গছত প্রচণ্ড খুন্দা মাৰে।

এই দুৰ্ঘটনাৰ পিছত চিকিৎসালয়লৈ প্রেৰণ কৰাৰ সময়তে মৃত্যু অপূৰ্ব ডেকাৰ। জানিব পৰা মতে, মৃত যুৱকজনৰ ঘৰ ছিপাঝাৰৰ হাজৰিকাপাৰা দেৱানন্দত।

Also Read: ভাৰতীয় বলাৰৰ বাবে সহায়ক হ'বনে পুনেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়াম ?

road accident