মোৱামৰী দৈনিক বজাৰত মাৰপিটৰ ঘটনা

মোৱামৰী দৈনিক বজাৰত মাৰপিটৰ ঘটনা

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈ মোৱামৰী দৈনিক বজাৰত মঙ্গলবাৰে গধূলি এক মাৰপিটৰ ঘটনা সংঘটিত হয়। ঘটনাত বহু কেইজন লোক আহত হোৱা বুলি জানিব পৰা গৈছে।

ইয়াৰে দুজনক সংকটজনক অবস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আন ১০জন আঘাতপ্ৰাপ্ত লোকক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। সম্প্ৰতি এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মোৱামৰী দৈনিক বজাৰত মাৰপিটৰ ঘটনা
মংগলবৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in