/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/1761db8f-3de3-4261-b340-ec5555fae94d/68.jpg)
প্ৰতিনিধিত্বমূলক ছবি
ডিজিটেল সংবাদ,মঙলদৈ : বিবেকানন্দ কেন্দ্র কন্যাকুমাৰী, মঙলদৈ শাখাৰ উদ্যোগত মাৰথন দৌৰ প্ৰতিযোগিতা। অহা ১১ ছেপ্টেম্বৰ সোমবাৰৰ পুৱা ৫ বজাত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে 'বিজয় হী বিজয়' শীৰ্ষক দৰং জিলা ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2fe25b1d-7186-40e8-bb36-4771445852b5/7b11b236_c1ff_49f2_b38c_be0ba51f689f.jpg)
মঙলদৈ সনাতন ধর্মসভাৰ পৰা বিবেকানন্দ কেন্দ্র বিদ্যালয়,ডাঁহীলৈ হ'বলগীয়া এই দৌৰ প্ৰতিযোগিতাৰ বিজয়ী প্রতিযোগীসকলক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হ'ব। ইচ্ছুক খেলুৱৈ সকলক ৮৪৫৩৭০৮১৬৮, ৮৬৩৮২৩২৮২১ এই ফোন নম্বৰত যোগাযোগ কৰিবলৈ বিষয়ববীয়া দাদুল দাসে অনুৰোধ জনাইছে।
Also Read: শিক্ষক নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us