/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/25dc0094-98f3-4bc8-b6c1-5b1f05518db3/accident.jpg)
accident
-
নিশা মঙলদৈত শোকাৱহ পথ দুৰ্ঘটনা।
-
দুৰ্ঘটনাত নিহত হয় এজন যুৱক।
-
মৃত যুৱকজন ছিপাঝাৰৰ ধীৰাজ ডেকা বুলি জানিব পৰা গৈছে।
-
পথৰ দাঁতিত থকা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে বাইক আৰোহীজনে, যাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয়।
-
নিশা জুবিনৰ অনুষ্ঠান চাই ঘৰলৈ যোৱাৰ পথত সংঘটিত এই দুৰ্ঘটনা।
-
ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
Also Read: দুঃসাহক ! বোকাজান আৰক্ষী থানাৰ সন্মুখেৰে ড্ৰাগছ সৰবৰাহ