মঙলদৈত গাঞ্জাসহ ৩ জন আটক

মঙলদৈত গাঞ্জাসহ ৩ জন আটক

author-image
Asomiya Pratidin
New Update
মঙলদৈত গাঞ্জাসহ ৩ জন আটক

ডিজিটেল সংবাদ,মঙলদৈঃ মঙলদৈ সদৰ আৰক্ষীৰ নাকা চেকিঙত গাঞ্জাসহ এখন চাৰিচকীয়া বাহন জব্দ হয়। মঙলবাৰে আৰক্ষীয়ে চলোৱা এই অভিযানত ৩ জন লোককো আটক কৰে।

Advertisment

গাঞ্জা সৰবৰাহকাৰী কেইজন দৰঙৰ দৈপামৰ ছফৰ উদ্দিন,ছফিকুল ইছলাম আৰু আমিৰুল হক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে উদ্ধাৰ কৰা গাঞ্জাখিনিৰ পৰিমাণ ২.৫০০ কেজি । তিনিওজন গাঞ্জা সৰবৰাহ কাৰীক বৰ্তমান মঙলদৈ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

Also Read: প্ৰথিতযশা অভিনেত্ৰী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

Assam police