/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e3bda55c-7f46-449e-989c-8eebac059397/Ganja.jpg)
-
দৰঙৰ দলগাঁৱৰ বেছিমাৰিত বস্তাই বস্তাই জব্দ গাঞ্জা ।
-
দৰং আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰিলে গাঞ্জাখিনি।
-
ৰহিমুদ্দিন আলী নামৰ লোকজনৰ ঘৰত উদ্ধাৰ হয় উক্ত বৃহৎ পৰিমাণ গাঞ্জা।
-
৭ বস্তা গাঞ্জাসহ দৰং আৰক্ষীয়ে ৰহিমুদ্দিন আলী, চাহজাহান আলী আৰু ৰকিবুল ইছলাম নামৰ তিনিজনক গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/84b0b467-b96b-4c63-b771-ae0fc4bd3f92/2dba665f_fa82_4adf_b66a_4c3d9ab90e17.jpg)
Also Read: নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰসূতি হস্তিনী আৰু সন্তানৰ মৃত্যু...