/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/efaa6482-925d-448f-beb7-cd33ed5b043d/MANGALDOI_16.jpg)
মঙলদৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বৃহৎ দলীয় সভা...
ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈ জিলা পুথিভঁৰালত শনিবাৰে দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ তত্বাবধায়ক তথা বিধায়ক ৰেকিবুদ্দিন আহমেদৰ উপস্থিতিত মঙলদৈৰ বুথ কমিটীসমূহলৈ বৃহৎ দলীয় সভা অনুষ্ঠিত হয়। সভাত লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নিৰ্বাচনী ৰনদংকা বজাই।
সভাত ৰেকিবুদ্দিন আহমেদে কয়, আমি অসমত লোকসভা নিৰ্বাচনত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হম। আজিৰে পৰা দৰং ওদালগুৰিত লোকসভা সমষ্টিৰ দলীয় সভা আৰম্ভ হ'ব। কংগ্ৰেছ গৰিবৰ লগত আছে, প্ৰাৰ্থীৰ কাৰণে আলোচনা চলিব।
Also Read: মাজুলীৰ জেংৰাইমুখত বিধ্বংসী অগ্নিকাণ্ড...