মাজুলীৰ জেংৰাইমুখত বিধ্বংসী অগ্নিকাণ্ড...

মাজুলীৰ জেংৰাইমুখত বিধ্বংসী অগ্নিকাণ্ড...

author-image
Asomiya Pratidin
New Update
মাজুলীৰ জেংৰাইমুখত বিধ্বংসী অগ্নিকাণ্ড...

মাজুলীৰ জেংৰাইমুখত বিধ্বংসী অগ্নিকাণ্ড...

ডিজিটেল ডেস্কঃ মাজুলীত পুনৰ সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। নিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত এগৰাকী মহিলাৰ হোটেল সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

Advertisment

জানিব পৰা মতে নিশা প্ৰায় ১ বজাত সংঘটিত এই অগ্নিকাণ্ডত প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ গৈছে। অগ্নিকাণ্ডৰ কাৰণ হিচাপে শ্বৰ্টচাৰ্কিট বুলি সন্দেহ কৰা হৈছে। হোটেলখনৰ গৰাকী আছিল জেংৰাইমুখৰ নিবাসী মঞ্জু পেগু।

অৱশ্যে সৌভাগ্যক্ৰমে এই অগ্নিকাণ্ডৰ ঘটনাত কোনো লোক হতাহতি হোৱা নাই।

Also Read: ঢকুৱাখনাত যুৱক নিৰুদ্দেশঃ সম্ভেদ পালে দিয়ক খবৰ...

অগ্নিকাণ্ড