/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/b6fde4ef-a5bc-438c-be1b-c011bd3087d9/14.jpg)
ডিজিটেল ডেস্কঃ মঙলদৈত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান। শুকুৰবাৰে দৰং জিলা প্রশাসন, জিলা শিশু সুৰক্ষা বিভাগ আৰু জিলা শ্রম বিভাগৰ সন্মিলিত অভিযানত মঙলদৈত উদ্ধাৰ কৰা হয় ৮জনকৈ শিশু শ্রমিক।
মঙলদৈৰ দৈনিক মাছ বজাৰৰ পৰা উদ্ধাৰ কৰা হয় শিশুকেইটাক। ইতিমধ্যে উদ্ধাৰ হোৱা শিশুকেইটাক শিশু কল্যাণ সমিতিক চমজাই দিয়া হৈছে।
Also Read: এ পি এচ চি কেলেংকাৰীত জড়িত ৪ ৰাজপত্রিত বিষয়াক নিলম্বন
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us