/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
একে নিশাই দৰঙৰ দুটাকৈ মন্দিৰত চুৰিকাণ্ড...
দৰঙৰ দলগাঁৱত একে নিশাই দুটাকৈ মন্দিৰত চুৰি।
দলগাঁৱৰ ঐতিহাসিক বুঢ়াগোঁসাই শিৱমন্দিৰত চুৰিকাণ্ড।
শিৱমন্দিৰটোৰ দানপাত্র ভাঙি চোৰে লুটিলে ধন।
মন্দিৰটোৰ কাষতে থকা শনি মন্দিৰতো সংঘটিত হৈছে অনুৰূপ ঘটনা।
মন্দিৰ দুটাত সংঘটিত চুৰিকাণ্ডক লৈ ৰাইজৰ মাজত প্রতিক্রিয়া।
Also Read: চৰম নিৰাপত্তাহীনতাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত...