/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/04/nagaon-theft-newsmain-face-news-111-acfb478a-c202-4e62-b075-befa4b5e3f16.jpg)
চৰম নিৰাপত্তাহীনতাত অৱসৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত...
জাগীৰোডত চাঞ্চল্যকৰ চুৰিকাণ্ড।
অৱসৰ প্ৰাপ্ত অতিৰিক্ত উপায়ুক্তৰ বাসগৃহত সংঘটিত হৈছে এই চুৰিকাণ্ড।
চৰম নিৰাপত্তাহীনতাত অৱসৰপ্রাপ্ত অতিৰিক্ত উপায়ুক্ত দূৰ্গেশ ৰঞ্জন দে।
গৃহস্থ নথকাৰ সুযোগত চোৰে চলালে লুটপাত।
গ্রিল আৰু দৰ্জা ভাঙি লুটিলে নগদ ধন আৰু সোণৰ আ-অলংকাৰ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ।
Also Read: সোণাপুৰ মহাবিদ্যালয়ত বিশেষ আলোচনাচক্ৰ