/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/4226cc12-7e86-45d9-bc1a-511a7e095a2d/564.jpg)
আলফা-চৰকাৰৰ আলোচনাৰ দিনাই 'আলফা জিন্দাবাদ' দি শুক্ৰবাৰে আটক হ'ল বিশ্বজিৎ ডেকা
জানিব পৰামতে 'আলফা জিন্দাবাদ' দি আটক হ'ল দৰঙৰ বালিপোতাৰ যুৱক
ফেচবুকত আলফাৰ সমৰ্থনত দিছিল কমেণ্ট
ইয়াৰ পাছতেই যুৱকজনক আৰক্ষীয়ে আটক কৰে
সম্প্ৰতি যুৱকজনক মাৰাথন জেৰা চলাইছে মঙলদৈ আৰক্ষীয়ে।
Also Read: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট