ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত মঙলদৈৰ আৰক্ষী কনিষ্টবল জুনুমনি ডেকা বৰা

ৰাষ্ট্ৰপতিৰ পদক লাভৰ তালিকাত মঙলদৈৰ জীয়ৰী মহিলা আৰক্ষী কনিষ্ঠবল ডঃ জুনুমনি ডেকা বৰা।

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰপতি পদকৰ বাবে নিৰ্বাচিত মঙলদৈৰ আৰক্ষী কনিষ্টবল জুনুমনি ডেকা বৰা

ডিজিটেল সংবাদ, মঙলদৈঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষনত দৰঙৰ বাবে সু খবৰ।ৰাষ্ট্ৰপতিৰ পদক লাভৰ তালিকাত মঙলদৈৰ জীয়ৰী মহিলা আৰক্ষী কনিষ্টবল ডঃ জুনুমনি ডেকা বৰা।

দৰং জিলাৰ কপিলীসত্ৰৰ জীয়ৰী, নগাঁৱৰ বোৱাৰী, অসম আৰক্ষীৰ কনিষ্টবল জুনুমণি ডেকা বৰাই ৰাষ্ট্ৰপতি বঁটাৰ বাবে মনোনীত হয়। উল্লেখযোগ্য যে জুনুমণি ডেকা বৰাই খালী চকুৰে আধা ঘণ্টা সময় সূৰ্যৰ পিনে চাই থাকি বিশ্ব ৰেৰ্কড কৰিছিল।

Also Read: ভাৰতৰ প্ৰথমগৰাকী 'হাতী মাউত' আৰু কৃষক সৰ্বেশ্বৰ বসুমতাৰীলৈ 'পদ্ম সন্মান'