/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/be8cc6ae-a522-44d4-b4ac-d640041a124c/7.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ অমৃত উদ্যানৰ বাবে প্ৰতিখন ঘৰৰ পৰা সংগ্ৰহিত মাটিৰ কলহ লৈ মঙলদৈ পৌৰসভাৰ অমৃত কলহ যাত্ৰা কাৰ্যসূচী৷ মঙলদৈ জিলা পুথিভঁৰালত একগোট হ’ল মঙলদৈ পৌৰসভাৰ অন্তৰ্গত প্ৰতিটো ৱাৰ্ডৰ মাটি৷
মঙলদৈ বিদ্যাপীঠ খেলপথাৰৰ পৰা ঢোলপেঁপাৰে সমদল কৰি মঙলদৈ জিলা পুথিভঁৰালৈ অনা হ'ল অমৃত কলহৰ মাটি ৷ এই সমদলত অংশ গ্ৰহণ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, পৌৰসভাৰ পৌৰপতি নিৰ্মালি দেৱী, দৰংজিলা বিজেপি সভাপতি অমৰেন্দ্ৰ শৰ্মাকে ধৰি হাজাৰ হাজাৰ মহিলা ৷
Also Read: ভাৰতীয় সামুদ্ৰিক অৰ্থনীতিত নৱ সংযোজনেৰে মুকলি ট্ৰেন্সশ্বিপমেণ্ট কণ্টেইনাৰ বন্দৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us