New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/bf679ba0-c4d1-4729-95eb-6e0cf402930a/WhatsApp_Image_2022_09_14_at_12_50_31_AM.jpeg)
ELECTION COMMISSION OF INDIA
অতিৰিক্ত আয়ুক্ত মানস কুমাৰ শইকীয়াক দৰঙৰ নতুন নিৰ্বাচনী বিষয়া (ভাৰপ্ৰাপ্ত) হিচাপে নিযুক্তি।
পূৰ্বৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক সহ আয়ুক্ত হিচাপে নিযুক্তি।
নিৰ্বাচন আয়োগৰ এক নিৰ্দেশনাযোগে কাৰ্যকৰী হৈছে এই আদেশ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/99104c1c-2ba8-4706-83b3-b37d278958fc/84961e39_ce69_42ad_ac58_0c8da6c3f2d5.jpg)
Also Read: মহিপালকুছিত ট্ৰেক্টৰৰ চেপাত প্ৰাণ গ'ল মহিলাৰ