মূল্যবৃদ্ধি ৰোধৰ দাবীৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী...

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী...
মূল্যবৃদ্ধি ৰোধৰ দাবীৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত সদৌ দৰং জিলা ছাত্ৰ সন্থাই মঙ্গলবাৰে অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু মূল্য বৃদ্ধি ৰোধত চৰকাৰৰ ব্যৰ্থতাৰ বাবেই এই অনশন কাৰ্য্যসূচী ৰূপায়ন কৰে।

ৰাতিপুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ ১০ ঘণ্টীয়া এই অনশন কাৰ্য্যসূচী মঙলদৈ পৰিবহন বিভাগৰ কাৰ্য্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰূপায়ন কৰে। এই কাৰ্যসূচীত জিলা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদকসহ প্ৰায় অৰ্ধশতাধিক আছু সদস্যই অংশ গ্ৰহণ কৰে ।

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ অনশন কাৰ্য্যসূচী...
ঢেকিয়াজুলিৰ পেট্ৰ'ল পাম্পত অগ্নিকাণ্ড...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in