/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/74be28ba-6e7f-41d7-93ec-c1f3e357b185/dhekiajuli_08.jpg)
ঢেকিয়াজুলিৰ পেট্ৰ'ল পাম্পত অগ্নিকাণ্ড...
-
ঢেকিয়াজুলিৰ আলিশিঙাত ভয়ংকৰ অগ্নি কাণ্ড।
-
দুপৰীয়া ভাগত সূত্ৰপাত ঘটে এই অগ্নিকাণ্ডৰ।
-
কথমপী ৰক্ষা পৰে পেট্ৰ'ল পাম্পৰ লগতে ট্ৰেঙ্কাৰৰ চালকৰ।
-
আলিশিঙাৰ দেইছ চাৰ্ভিছ ষ্টেচন পেট্ৰল পাম্পত সংঘটিত হয় এই অগ্নিকাণ্ড।
-
পেট্ৰল কিঢ়িওৱা টেংকাৰৰ পৰা টেল নমোৱাৰ পিছতে সংঘটিত হয় এই অগ্নিকাণ্ড।
-
জানিব পৰা মতে চৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় এই অগ্নিকাণ্ড।
-
অৱশ্যে অগ্নিনিৰ্বাক বাহিনীয়ে অতি তৎপৰতাৰে নিৰ্বাপিত কৰে জুই।