গৰুখুটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক দলগাঁৱলৈ স্থানান্তৰ…

গৰুখুটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক দলগাঁৱলৈ স্থানান্তৰ…

author-image
asomiyapratidin
New Update
গৰুখুটিৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক দলগাঁৱলৈ স্থানান্তৰ…

ডিজিটেল সংবাদ,‌মঙলদৈ: গৰুখুটিৰ উচ্ছেদিত লোকক জিলা প্ৰশাসনৰ তৎপৰতাত মঙলবাৰে স্থানান্তৰ কৰে দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী,আৰিমাৰি অঞ্চললৈ । দুশ খন ট্ৰেক্টৰেৰে উচ্ছেদিত লোকক নিয়া হয় দলগাঁৱলৈ।

উল্লেখ্য যে, গৰুখুটিৰ উচ্ছেদত ২০৫১ টা পৰিয়ালৰ ক্ষতিগ্ৰস্ত হোৱা বুলি চৰকাৰৰ ওচৰত পুনৰ সংস্থাপন বিছাৰি আমছুকে ধৰি বিভিন্ন দল সংগঠনে আবেদন জনাইছিল ৷

তাৰপাছতেই মঙলবাৰে ৫০ টা পৰিয়ালক দলগাঁৱৰ আৰিমাৰী ,ৰৌমাৰী লৈ স্থানান্তৰ কৰে দৰং জিলা প্ৰশাসনে ৷

assam darrang