গৃহ বিভাগৰ নিৰ্দেশৰ পিছতেই তৎপৰ ৰাজ্যৰ আৰক্ষী থানা...

গৃহ বিভাগৰ নিৰ্দেশৰ পিছতেই তৎপৰ ৰাজ্যৰ আৰক্ষী থানা...

ডিজিটেল ডেস্ক : ৰাজ্যত স্থাপন হ’ব ৪খন চাইবাৰ আৰক্ষী থানা। থানা স্থাপনৰ নিৰ্দেশনাৰ পিছতেই তৎপৰ হৈছে ৰাজ্যৰ আৰক্ষী থানাসমূহ। অতি শীঘ্রে থানাসমূহৰ গোচৰ হস্তান্তৰৰ নিৰ্দেশ বিভাগীয় কৰ্তৃপক্ষৰ। গোচৰসমূহ গুৱাহাটীৰ চাইবাৰ থানালৈ হস্তান্তৰৰ নিৰ্দেশনা জাৰি কৰিছে কৰ্তৃপক্ষই।

নিৰ্দেশনা অনুসৰি গুৱাহাটীত নিৰ্মাণ হ’ব দুখনকৈ চাইবাৰ আৰক্ষী থানা। চি আই ডিৰ মুখ্য কাৰ্যালয় আৰু আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত দুখন থানা নিৰ্মাণ হোৱাৰ সমান্তৰালভাবে শিলচৰ আৰু ডিব্রুগড়তো নিৰ্মাণ কৰা হ’ব আন দুখন থানা। চাইবাৰ অপৰাধৰ প্রতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গৃহ বিভাগৰ।

গৃহ বিভাগৰ নিৰ্দেশৰ পিছতেই তৎপৰ ৰাজ্যৰ আৰক্ষী থানা...
বঢ়মপুৰৰ ৰিপাই গাহৰি পালনেৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in