কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ

কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন মাটিৰ টংকেশ্বৰ দাস।

author-image
Asomiya Pratidin
New Update
কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ

ডিজিটেল সংবাদ, মৰিয়নিঃ কাশ্মীৰত মৃত্যু অসমৰ চিআৰপিএফ জোৱানৰ।মৃত চিআৰপিএফ জোৱানজন মৰিয়নিৰ নতুন মাটিৰ টংকেশ্বৰ দাস।

Advertisment

কাশ্মীৰৰ অনন্তনাগ জিলাত কৰ্মৰত আছিল চিআৰপিএফ জোৱানজন।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ কাশ্মীৰৰ এখন চিকিৎসালয়ত শুকুৰবাৰে মৃত্যু জোৱানজনৰ। জোৱানজনৰ মৃত্যুত মৰিয়নিৰ নতুন মাটিস্থিত বাসগৃহত শোকাকুল পৰিবেশৰ সৃষ্টি হয়।

Also Read: চন্দ্ৰযান-৩ ৰ আন এক সফলতা...

CRPF