/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/d3929457-74ea-406f-8b99-f0cabb06e8b7/7.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ বিগত কিছু দিন ধৰি নগাঁও জিলাৰ কঠিয়াতলীৰ পাৰ্শ্বৱৰ্তী গাওঁ সমুহত বিভিন্ন কৌশল অৱলম্বন কৰি গৰু চুৰ হৈ আহিছে। কঠালগুৰি, গৰুবন্ধা, শগুণবাহী অঞ্চলত বিলাসী বাহন ব্যৱহাৰ কৰি গৰু চুৰি সংঘটিত কৰি আহিছে ৷
শুকুৰবাৰে গৰুবন্ধাত বিলাসী বাহন ব্যৱহাৰ কৰি ৬ টাকৈ গৰু চুৰি কৰি লৈ যায় ৷ চি চি টিভি কেমেৰাত বন্দী গৰু চোৰৰ সকলো ভিডিঅ ৷ সমগ্ৰ দৃশ্য বন্দী গাঁও খনৰ এজন লোকৰ পদুলিত লগাই থোৱা চিচি টিভি কেমেৰাত ৷ কঠিয়াতলী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷
Also Read: আলাফা(স্বাঃ)ৰ নামত ধন দাবী
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us