কৃষক মুক্তিৰ ৬জন সদস্যক দোষী সাব্যস্ত আদালতৰ

সদস্যকেইজন অভয় দে, নুৰুল ইছলাম, প্রদীপ নাৰ্জাৰী, পৃথ্বীৰাজ দলে, প্রভাত চেতিয়া, হামৰুল আলীক দোষী সাব্যস্ত।

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

  • কৃষক মুক্তিৰ ৬জন সদস্যক দোষী সাব্যস্ত আদালতৰ।

  • সদস্যকেইজন অভয় দে, নুৰুল ইছলাম, প্রদীপ নাৰ্জাৰী, পৃথ্বীৰাজ দলে, প্রভাত চেতিয়া, হামৰুল আলীক দোষী সাব্যস্ত।

  • ২০১৯ চনৰ এটা গোচৰত অভিযুক্ত KMSSৰ সদস্যকেইজন।

  • জাপানৰ প্রধানমন্ত্রী অসম ভ্রমণৰ প্রতিবাদত অৰ্ধ উলংগ হৈ প্রতিবাদ কৰিছিল।

  • কামৰূপ মহানগৰ অতিৰিক্ত সত্র আদালতৰ এই ৰায়।

  • এতিয়ালৈকে শাস্তিৰ ৰায়দান দিয়া নাই আদালতে।

Advertisment

Also Read: পুনৰ ওলাইছে চাকৰি! প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ

Assam police