/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/ee02366e-3448-435a-b9b1-b32480b1f7e3/bhupen.jpg)
-
যিকোনো মূহুৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা
-
লাভ জেহাদৰে মহাভাৰতৰ ব্যাখ্যা আনিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে
-
শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ প্ৰেমকলৈ কৰিছিল বিতৰ্কিত মন্তব্য
-
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছিল ইংগিত
-
প্ৰশাসনক বিহিত ব্যৱস্থা ল'বলৈ আহ্বান সদৌ অসম দেৱালয় সংঘৰ
-
ভূপেন বৰাৰ বিৰুদ্ধে লংকা থানাত প্ৰথমখন এজাহাৰ দাখিল।
Also Read: গোলাঘাটত ভয়াৱহ অগ্নিকাণ্ড : ভষ্মীভূত অংগনবাদী কেন্দ্ৰৰ লগতে বাসগৃহ