/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/544c166a-7368-41ec-9395-a350d6b13d49/download.jpg)
কৰিমগঞ্জত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰচিদ আহমেদ চৌধুৰীৰ অগ্ৰগতি
বিজেপি প্ৰাৰ্থী কৃপানাথ মাল্লাতকৈ ৮৯৯৪টা ভোটত আগবাঢ়ি আছে তেওঁ।
কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছে ১৩, ৯০৮ ভোট।
ইয়াৰ বিপৰীতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৪৯০৯টা ভোট।
AIUDFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে ৫৭৯টা ভোট।
Also Read: নগাঁৱত ১০হাজাৰৰো অধিক ভোটত প্ৰদ্যুৎ বৰদলৈৰ অগ্ৰগতি...