তেজপুৰৰ কাৰ্য্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে

তেজপুৰৰ কাৰ্য্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে
  • আজি তেজপুৰত কেইবাটাও কাৰ্য্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

  • কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচী হাতত লৈ তেজপুৰত উপস্থিত হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা

  • ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা কলেজৰ এক অনুষ্ঠানত অংশ ল’ব মুখ্যমন্ত্ৰীগৰাকীয়ে

  • চতিয়া আদৰ্শ চিকিৎসালয়ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ শৰ্মা

  • মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়া ষ্টেডিয়ামৰ মুকলি অনুষ্ঠানতো অংশ ল’ব বুলি জানিব পৰা গৈছে।

তেজপুৰৰ কাৰ্য্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে
এম এম কে,গণশক্তি এৰিলে সাধাৰণ সম্পাদক পুৰুষোত্তম দলেয়ে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in