উপহাৰ : "ছাত্ৰ দিৱস" উপলক্ষে ছাত্ৰ-ছাত্ৰী লৈ বৃত্তীয় সাহাৰ্য মুখ্যমন্ত্ৰীৰ...

"ছাত্ৰ দিৱস" উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আজি কল্যাণমূলক পদক্ষেপ কথা ঘোষণা কৰে
উপহাৰ : "ছাত্ৰ দিৱস" উপলক্ষে ছাত্ৰ-ছাত্ৰী লৈ বৃত্তীয় সাহাৰ্য মুখ্যমন্ত্ৰীৰ...

ডিজিটেল ডেস্ক: বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ অৱদানক সন্মান জনোৱাৰ অৰ্থে ৰাজ্য চৰকাৰে তেওঁৰ জন্ম জয়ন্তীক "ছাত্ৰ দিৱস" হিচাপে পালন কৰিছে। "ছাত্ৰ দিৱস" উপলক্ষে অনুষ্ঠিত এক অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে কল্যাণমূলক আঁচনিৰ কথা ঘোষণা কৰে।

এই ঘোষণা মৰ্মে, কিতাপ ক্ৰয় কৰিবলৈ ৩.৪ লাখ শিক্ষাৰ্থীৰ বাবে ১,৪৫৯ টকা, মেছ বিল পৰিশোধ কৰিবলৈ ১৬,৭৬৩ গৰাকী শিক্ষাৰ্থীক ৭,১৫৭ টকা, পিজিত থকা ছাত্ৰীৰ বাবে প্ৰতিগৰাকীক ১০,০০০ টকা আৰু সংখ্যালঘু ছাত্ৰীৰ বাবে বিশেষ সাহাৰ্যৰ কথা ঘোষণা কৰিছে।

তদুপৰি ৩৩৭ খন মহাবিদ্যালয়ে বিত্তীয় সাহাৰ্য লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে।

উপহাৰ : "ছাত্ৰ দিৱস" উপলক্ষে ছাত্ৰ-ছাত্ৰী লৈ বৃত্তীয় সাহাৰ্য মুখ্যমন্ত্ৰীৰ...
মহিলাক পাৰ্কৰ পৰা টানি নি চলন্ত গাড়ীত দলবদ্ধ ধৰ্ষণ ৪ যুৱকৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in