New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6e30bca9-a3a1-4a84-bce0-0df1fa96f861/pic_eimuhurtor_khobor_copy.jpg)
EI MUHURTAR KHABAR
শনিবাৰে পুৱাই চাবুৱাৰ এখন শিক্ষানুষ্ঠানত অঘটন।
মধ্যাহ্ন ভোজনৰ গৰম দাইলত পৰি আহত ছাত্ৰী ।
চাবুৱাৰ খাৰজান চাহ বাগিচাত এই অঘটন।
বাগিচাখনৰ প্ৰাথমিক বিদ্যালয়ত সংঘটিত হোৱা এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আহত ছাত্ৰীগৰাকী প্ৰথম শ্ৰেণীত অধ্যয়নৰত।
উন্নত চিকিৎসাৰ বাবে আহত ছাত্ৰীগৰাকীক ডিব্ৰুগড়লৈ প্ৰেৰণ।