/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/07/dangor-khobr-26.jpg)
guwahati
ডিজিটেল ডেস্ক :মহানগৰীৰ পাঞ্জাৱৰীত সংঘটিত হৈছে এক গুলিচালনাৰ ঘটনা।পূৰবী ডায়েৰীৰ মেনেজাৰ ৰঞ্জিত বৰাৰ লগত সংঘটিত হৈছে এই গুলিচালনাৰ ঘটনা।ৰঞ্জিত বৰা পূৰবী ডায়েৰীৰ এগৰাকী ডিষ্টিব্যুটৰ আছিল ।
বৰাই বেংকৰ ধন জমা দিব যাওঁতেই এই ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। উল্লেখ্য যে গুলিচালনাৰ ফলত মূৰত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হয় মেনেজাৰ বৰা। স্থানীয় লোকে ততাতৈয়াকৈ জি.এম.চি.এইছলৈ লৈ যায় ৰঞ্জিত বৰাক। এক অচিনাক্ত দুৰ্বৃত্তই গুলিয়াই থৈ যায় বৰাক ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us