/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/3d28f713-2e80-4bf8-ac2d-1a79b896adde/gfgfg.jpg)
- শুকুৰবাৰে নিশা গুৱাহাটীৰ বামুণীমৈদামত ক্রাইম ব্রাঞ্চৰ অভিযান। 
- কামৰূপ মহানগৰ উপায়ুক্ত কাৰ্যালয়ৰ মুখ্য সহায়কক গ্রেপ্তাৰ। 
- ধৃত মুখ্য সহায়কজনৰ নাম ছৰিফউদ্দিন আহমেদ। 
- ভূমি নথি জাতিয়াতিৰ গোচৰত গ্রেপ্তাৰ ছৰিফউদ্দিন আহমেদক। 
- বামুণীমৈদামৰ ভাস্কৰ নগৰৰ পৰা গ্রেপ্তাৰ। 
- ভুৱা নথিৰে ভূমি পঞ্জীয়ন কৰিছিল ছৰিফউদ্দিন আহমেদে। 
- মৃত লোকৰ নাম ব্যৱহাৰ কৰি প্রস্তুত কৰিছিল ভূমি বিক্রীৰ ভুৱা নথি। 
- অধিবক্তা জাকিৰ ওজাৰ সৈতে মিলি প্রস্তুত কৰিছিল ভুৱা নথি। 
- ক্রাইম ব্রাঞ্চত ৰুজু হোৱা গোচৰৰ ভিত্তিত গ্রেপ্তাৰ। 
- দুয়োজনকে জেৰা অব্যাহত ৰাখিছে ক্রাইম ব্রাঞ্চে। 
- ডেৰ বছৰ পূৰ্বে চাকৰিৰ পৰা অৱসৰ গ্রহণ কৰিছিল ছৰিফউদ্দিনে। 
Also Read: আজি মহা শিৱৰাত্ৰি...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
/asomiyapratidin/media/member_avatars/a-/AFdZucrahs0cQJtCvPJgez1pmKf-b8DYLM8QcmdGGzcV=s96-c.jpeg )
 Follow Us
 Follow Us