বিদেশী চিগাৰেটসহ এজনক আটক

বাৰপুজিয়াত নিশা মিকিৰভেটা আৰক্ষী আৰু নিৰ্বাচনী স্পেচিয়েল চাৰ্ভিচ টিমৰ যুটীয়া অভিযান।

author-image
Asomiya Pratidin
New Update
বিদেশী চিগাৰেটসহ এজনক আটক

  • বাৰপুজিয়াত নিশা মিকিৰভেটা আৰক্ষী আৰু নিৰ্বাচনী স্পেচিয়েল চাৰ্ভিচ টিমৰ যুটীয়া অভিযান।

  • অভিযানত জব্দ কেইবালাখ টকা মূল্যৰ বিদেশী চিগাৰেট।

  • নগাঁও দিশৰ পৰা AS02CC 8288 নম্বৰ ট্ৰাক খনৰে কঢ়িয়াই আনিছিল বিদেশী চিগাৰেটখিনি।

  • জব্দকৃত চিগাৰেট খিনি ইণ্ডোনেছিয়াৰ।

  • জব্দকৃত চিগাৰেট ২৫ কাৰ্টন আৰু ইয়াৰ বজাৰ মূল্য কেইবা লক্ষ্য টকা।

  • আৰক্ষীয়ে চিগাৰেটখিনি কঢ়িয়াই অনা ইয়াচীন আহমেদ নামৰ টেলাহী নাৰমাৰীৰ যুৱক এজনক আটক কৰিবলৈ সক্ষম হৈছে।

Advertisment

Also Read: ১৮ পাকিস্তানী শৰণাৰ্থীয়ে লাভ কৰিলে হিন্দু নাগৰিকত্ব...

Assam police