/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/8b36001a-de29-403f-94dc-fda65e438de9/111.jpg)
গোসাঁইগাঁও মহকুমাৰ শিমলুটাপু আৰক্ষীৰ অভিযান
অভিযানত এখন বাঁহ কঢ়িয়াই নিয়া ট্রাক জব্দ
ট্রাকখনৰ পৰা বুজন পৰিমাণৰ বিদেশী চিগাৰেট উদ্ধাৰ
শ্রীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ সমীপতে জব্দ ট্রাকখন
ঘটনা সন্দৰ্ভত ট্রাকখনৰ দুই চালকক আটক
আটক কৰা দুই চালক হৈছে অভিষক কুমাৰ, ছটু কুমাৰ কাশ্যপ।
Also Read: অসম মহাবিদ্যালয় গ্ৰন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি