/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/aa245c4a-929e-4a10-9589-4b6b6f697bac/b11.jpg)
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই আৰক্ষীৰ এক্সন আৰম্ভ
লাহৰীঘাটত বাল্যবিবাহৰ অভিযোগত গ্ৰেপ্তাৰ ২ গৰাকী অবৈধ স্বামী
দুয়োৰে নাম ৰাব্বুল হুছেইন (২৯) আৰু মোজাফৰ আলী (৩৬)
দুয়োৰে ঘৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ ছেনিমাৰী গাঁৱত
বৰ্তমান লাহৰীঘাট আৰক্ষীয়ে বাল্যবিবাহ কৰা স্বামীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ।
আৰু পঢ়কঃ ছয়গাঁৱৰ কলহী নদীত মৃত শিহু উদ্ধাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us