ছয়গাঁৱৰ কলহী নদীত মৃত শিহু উদ্ধাৰ

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ভেৰভেৰীত কলহী নদীত এটা মৃত শিহু উদ্ধাৰ। বিশ্ব আৰ্দ্ৰভূমি

author-image
Asomiya Pratidin
New Update
ছয়গাঁৱৰ কলহী নদীত মৃত শিহু উদ্ধাৰ

ডিজিটেল সংবাদ,ছমৰীয়াঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ ভেৰভেৰীত কলহী নদীত এটা মৃত শিহু উদ্ধাৰ। বিশ্ব আৰ্দ্ৰভূমি দিৱসৰ দিনটোতে এই অঘটন।

Advertisment

প্ৰথম অৱস্থাত স্থানীয় ৰাইজে মৃত শিহুটো নৈত উপঙি থকা দেখি বন বিভাগক খবৰ দিয়ে। উল্লেখ্য যে শিহুটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই যদিও কলহী নৈত অত্যধিকভাৱে মেচিনেৰে বালি খননৰ ফলতে এই দুষ্প্ৰাপ্য প্ৰাণী বিধৰ মৃত্যু হোৱা বুলি সন্দেহ একাংশৰ।

অৱশ্যে মৃত শিহুটো বৰ্তমান কুলশী বনাঞ্চলিক কাৰ্যালয়লৈ লৈ যোৱা হৈছে বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃ একালত শিক্ষকতা কৰা শিক্ষানুষ্ঠানত উপস্থিত হৈ নষ্টালজিক হ'ল বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ

assam forest dolphin