জামুগুৰিহাটত বাল্য বিবাহত জড়িত ৩ যুৱকক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যৰ বিভিন্ন জিলাত অভিযান চলাই ইতিমধ্যে বাল্য বিবাহৰ লগত জড়িত কেইবাজনকো আৰক্ষীয়ে আটক কৰিছে ।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত বাল্য বিবাহত জড়িত ৩ যুৱকক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাট: মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী। ৰাজ্যৰ বিভিন্ন জিলাত অভিযান চলাই ইতিমধ্যে বাল্য বিবাহৰ লগত জড়িত কেইবাজনকো আৰক্ষীয়ে আটক কৰিছে ।

Advertisment

শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বাল্য বিবাহৰ লগত জড়িত যুৱকৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে। তিনিজনকৈ বাল্য বিবাহৰ লগত জড়িত যুৱকক আৰক্ষীয়ে আটক কৰে।

আটক কৰা যুৱক কেইজন হ'ল জামুগুৰিহাটৰ লালেটাপুৰ হাবিজুল ইছলাম,বৈতামাৰী ভৈৰবীৰ আজমত আলী আৰু মাজগাঁৱৰ ৰক্তিম দাস।১৪/১৫বছৰীয়া যুৱতীৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ বাবে জামুগুৰি আৰক্ষীয়ে আজি নিশাৰ ভাগত গেপ্তাৰ কৰিছে যুৱক তিনিজনক।

আৰু পঢ়ক: আৰক্ষী সঞ্চালক প্রধান জি. পি. সিঙৰ উপস্থিতিত গুৰুত্বপূৰ্ণ বৈঠক, কেইবাটাও সিদ্ধান্ত গ্ৰহণ

Assam police child marriage