/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/7dc200f7-c766-4a3d-8318-b2812cf97b01/ch.jpg)
ডিজিটেল সংবাদ, চৰাইদেউঃ সোমবাৰে চৰাইদেউ মহোৎসৱৰ অন্তিমটো দিনা বাহিৰ কৰা হয় সাংস্কৃতিক শোভাযাত্ৰা ৷ এই বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জিলিকিল অসমৰ ভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি ।
বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণৰে মহামিলনৰ তীৰ্থত পৰিণত হ’ল মহোৎসৱথলী ৷এই বিশাল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই সহস্ৰাধিক ৰাইজ মুগ্ধ কৰিবলৈ সক্ষম হয় ৷জনপ্ৰিয় অভিনেত্ৰী চেতনা দাস আৰু কৌতুক অভিনেতা অতুল পাচনীয়ে অনুষ্ঠানিকভাৱে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে ৷
আৰু পঢ়ক: সেই বিস্কুট খোৱা কুকুৰটো নেকি?