/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/475af81b-3798-4bd1-b0d3-113a9cf39d57/fsdgs.jpg)
changsari
ডিজিটেল ডেস্ক :চাংসাৰীত সংঘটিত হৈছে দিন ডকাইতিৰ ঘটনা। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা। চাংসাৰিত এজন লোকৰ পৰা দুৰ্বৃত্তই লুটি নিলে ৩১ লাখ টকা। মানুহ জনৰ নাম ৰঞ্জিত নাথ।
ৰঞ্জিত নাথ ট্ৰাক মালিক সন্থাৰ বিষয়ববীয়া আছিল। ট্ৰাকৰ ভড়া দিবলৈ ধনখিনি আনিছিল নাথে। চাংসাৰী থানাৰ সমীপতে এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়। কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।
আৰু পঢ়ক : বান্দৰদেৱাৰ বালিপুখুৰীত গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰিলে পথ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us