/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/7f6b2207-e5c7-4f1f-a3fc-81cac40dcbbc/k11.jpg)
-
অসম আৰক্ষীৰ শীৰ্ষ মহলত ব্যাপক ৰদবদল
-
হোজাইৰ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখা গুৱাহাটীলৈ বদলি
-
কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাক আৰক্ষী উপ-আয়ুক্ত হিচাপে গুৱাহাটীলৈ বদলি
-
নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাক হোজাইৰ আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি
-
কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসক জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে পদোন্নতি
-
আনহাতে পশ্চিম গুৱাহাটী আৰক্ষী উপ-আয়ুক্ত দেৱাশীষ বৰাক কাহিলীপাৰাস্থিত অসম আৰক্ষীৰ চতুৰ্থ বেটেলিয়নৰ কমাণ্ডেণ্ট হিচাপে বদলি।
আৰু পঢ়কঃ টিউটৰসকলক শীঘ্ৰেই শিক্ষকৰ পদলৈ উন্নীত কৰাৰ দাবী...