/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/61ae589d-27c9-492b-b361-19ad485e7f1c/chabua.jpg)
chabua protest
ডিজিটেল ডেস্ক : চাবুৱাত ৩৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ। মটক যুৱ ছাত্র পৰিষদ, মটক ছাত্র সন্থাই প্রতিবাদ সাব্যস্ত কৰি অৱৰোধ কৰে ঘাইপথ। উল্লেখ্য যে ৬ জনগোষ্ঠীক বঞ্চনা কৰাৰ প্রতিবাদত উত্তাল হৈ পৰে চাবুৱা চহৰ।
মটক যুৱ ছাত্র পৰিষদ, মটক ছাত্র সন্থাই প্রধানমন্ত্রী, গৃহমন্ত্রী, কেন্দ্রীয় জনজাতি পৰিক্রমা মন্ত্রীৰ পুত্তলিকা দাহ কৰে। আনহাতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰো পুত্তলিকা দাহ কৰে।
উল্লেখ্য যে প্রতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰো সৃষ্টি হয়। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ ফলত তীব্ৰ যান-জঁটৰো সৃষ্টি হয়।
আৰু পঢ়ক : প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত ভাৰতলৈ অনা হ'ব ৮টা চিতা...