মানকাচৰত এইবাৰ নৈশ বাছত ওলাল চোৰাং গো-ধন

মানকাচৰত এইবাৰ নৈশ বাছত ওলাল চোৰাং গো-ধন
  • মানকাচৰত এইবাৰ নৈশ বাছত ওলাল চোৰাং গো-ধন

  • মানকাচৰৰ কালাপানীত নৈশ বাছত উদ্ধাৰ চোৰাং গো-ধন

  • এ এছ ২৫ এ চি ৭৭৭৭ নম্বৰ নৈশ বাছত দুটি চোৰাং গো-ধন কালাপানী আৰক্ষীয়ে জব্দ কৰিছে

  • নৈশ বাছ খন মেঘালয়ৰ আমপাতিৰ পৰা মানকাচৰলৈ আহি থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে

  • আৰক্ষীৰ উমান পাই বাহন এৰি পলায়ন কৰে চালক সহ বাছ কৰ্মচাৰীয়ে

  • ঘটমা স্নদৰ্ভত তদন্ত অব্যাহত ৰাখিছে কালাপানী আৰক্ষীয়ে

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in