/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/ca8a70e2-0206-4156-8ce7-6260982170e4/cattle_smuggler.jpg)
-
মানকাচৰত এইবাৰ নৈশ বাছত ওলাল চোৰাং গো-ধন
-
মানকাচৰৰ কালাপানীত নৈশ বাছত উদ্ধাৰ চোৰাং গো-ধন
-
এ এছ ২৫ এ চি ৭৭৭৭ নম্বৰ নৈশ বাছত দুটি চোৰাং গো-ধন কালাপানী আৰক্ষীয়ে জব্দ কৰিছে
-
নৈশ বাছ খন মেঘালয়ৰ আমপাতিৰ পৰা মানকাচৰলৈ আহি থকা অৱস্থাত জব্দ কৰে আৰক্ষীয়ে
-
আৰক্ষীৰ উমান পাই বাহন এৰি পলায়ন কৰে চালক সহ বাছ কৰ্মচাৰীয়ে
-
ঘটমা স্নদৰ্ভত তদন্ত অব্যাহত ৰাখিছে কালাপানী আৰক্ষীয়ে
আৰু পঢ়ক : ঠিকাদাৰী সংস্থা তানিচা ইঞ্জিনিয়াৰাৰ্ছৰ আন এক কু-কীৰ্তি...