/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5e50f867-ea0c-4fc7-91c6-ad16ba36b5ba/AJIT_BHUYAN_25.jpg)
-
সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে গোচৰ ৰুজু।
-
মুখ্যমন্ত্রী তদাৰকী শাখাই ৰুজু কৰিলে গোচৰ।
-
অজিত ভূঞাৰ উপৰিও আন কেইবাগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ।
-
গোচৰৰ তালিকাত আছে মুঠ ১৪ জন লোকৰ নাম।
-
অভিযুক্ত ১৪ জনৰ ভিতৰত আছে এ চি এছ বিষয়া শৰ্মিষ্ঠা বৰা, হেমন্ত দত্তৰ নামো।
-
বিশেষ ন্যায়াধীশৰ আদালতত তদাৰকী কোষে ৰুজু কৰিলে এই গোচৰ।
Also Read: ৩ পুত্ৰই খেদি খেদি দাৰে ঘপিয়াই হত্যা কৰিলে পিতৃক...