বন বিভাগৰ সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ বহি ৰাজ্যৰ প্ৰাৰ্থী

সম্প্ৰতি লখিমপুৰ সদৰ আৰক্ষীৰ জিম্মাত আছে প্ৰাৰ্থীজন
বন বিভাগৰ সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ বহি ৰাজ্যৰ প্ৰাৰ্থী

ডিজিটেল সংবাদ,লখিমপুৰঃ এইবাৰ বন বিভাগৰ সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ বৰ্হি ৰাজ্যৰ প্ৰাৰ্থী ৷ লখিমপুৰ AFPF ৰ constable ৰ সাক্ষাৎকাৰত ধৰা পৰে উত্তৰ প্ৰদেশৰ মাও জিলাৰ প্ৰাৰ্থী ৷

জানিব পৰা মতে ভুৱা ঠিকনাৰে লখিমপুৰ পানীগাঁৱৰ বাসিন্দা বুলি সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ হৈছিল প্ৰাৰ্থীগৰাকী ৷ ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়নৰ খেলপথাৰত অনুষ্ঠিত শাৰিৰীক পৰীক্ষাত পোহৰলৈ আহে বহি ৰাজ্যৰ প্ৰাৰ্থীজন ৷

প্ৰাৰ্থীজনৰ নাম সূৰ্যভান ৷ সম্প্ৰতি লখিমপুৰ সদৰ আৰক্ষীৰ জিম্মাত আছে প্ৰাৰ্থীজন ৷

বন বিভাগৰ সাক্ষাৎকাৰত অৱৰ্তীৰ্ণ বহি ৰাজ্যৰ প্ৰাৰ্থী
অপেক্ষাৰ অন্ত : খান্দি উলিওৱা হ'ল ওদালগুৰিৰ বিভ্ৰান্তিকৰ মৃতদেহটো...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in