/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d8fe2a05-e49d-4f32-a8a2-03c1a2b336be/183.jpg)
-
ভাৰতীয় ৰে'লযোগে সৰবৰাহ বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা
-
লামডিং ৰে'লৱে ষ্টেচনত লামডিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বহু পৰিমাণৰ বাৰ্মিজ চুপাৰি
-
নামনিমুৱা ১৫৬৬৬ নম্বৰ বিজি এক্সপ্ৰেছ ৰে'লখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰীখিনি
-
৮ টাকৈ কাপোৰৰ বেগত লামডিং আৰক্ষীয়ে প্ৰায় ২ কুইন্টল বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়
-
সৰবৰাহকাৰী ন ন কৌশলেৰে চলাইছে চুপাৰিৰ চিণ্ডিকেট।
Also Read: কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...