ৰে'লযোগে সৰবৰাহ বাৰ্মিজ চুপাৰী

ৰে'লযোগে সৰবৰাহ বাৰ্মিজ চুপাৰী
  • ভাৰতীয় ৰে'লযোগে সৰবৰাহ বাৰ্মিজ চুপাৰিৰ ৰমৰমীয়া বেহা

  • লামডিং ৰে'লৱে ষ্টেচনত লামডিং আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে বহু পৰিমাণৰ বাৰ্মিজ চুপাৰি

  • নামনিমুৱা ১৫৬৬৬ নম্বৰ বিজি এক্সপ্ৰেছ ৰে'লখনৰ সাধাৰণ শ্ৰেণীৰ ডবাৰ পৰা জব্দ কৰে বাৰ্মিজ চুপাৰীখিনি

  • ৮ টাকৈ কাপোৰৰ বেগত লামডিং আৰক্ষীয়ে প্ৰায় ২ কুইন্টল বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়

  • সৰবৰাহকাৰী ন ন কৌশলেৰে চলাইছে চুপাৰিৰ চিণ্ডিকেট।

ৰে'লযোগে সৰবৰাহ বাৰ্মিজ চুপাৰী
কংগ্ৰেছ এৰিব বুলি প্ৰমাণ দিব পাৰিলেই ৰাণা গোস্বামীয়ে দিব ৫কঠা মাটি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in