ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ ফৰ নাগৰিক কাৰ্যক্ৰম

সীমান্তবাসীক লৈ বি এছ এফ ৰ দ্বিতীয়টো নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয়
ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ ফৰ নাগৰিক কাৰ্যক্ৰম

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপৰ সীমান্তবাসীক লৈ বি এছ এফ ৰ দ্বিতীয়টো নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় ৷ ৪৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মহামায়া চৰ, ছালাপাৰ, কালাইচৰ, ৯০০ বিঘা, নিলক্ষীয়া , সৰকাৰপাৰা বিস্তৃীৰ্ণ অঞ্চলৰ সীমান্তবাসীক লৈ চিলাই মেচিন,কৃষি সামগ্ৰী,আৰু ল'ৰা-ছোৱালীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে ৷

৪৯ নম্বৰ বি এছ এফৰ অধিনায়ক জীতেন্দ্ৰ গুপ্তাই যোগদান কৰি সীমান্তবাসীৰ সহযোগ কামনা কৰি নাগৰিক কাৰ্যক্ৰমৰে উক্ত সামগ্ৰীসমূহ বিতৰণ কৰি বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰে ৷

ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ ফৰ নাগৰিক কাৰ্যক্ৰম
সোনাৰী চাপৰিত দুই ড্ৰাগছ সৰবৰাহকাৰীক ধৰিলে ৰাইজে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in