/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/e21c328d-c002-4cd2-9869-324000c0fe07/x17.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰীৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছালাপৰ সীমান্তবাসীক লৈ বি এছ এফ ৰ দ্বিতীয়টো নাগৰিক কাৰ্যক্ৰম অনুষ্ঠিত হয় ৷ ৪৯ নম্বৰ সীমান্ত সুৰক্ষা বাহিনীয়ে মহামায়া চৰ, ছালাপাৰ, কালাইচৰ, ৯০০ বিঘা, নিলক্ষীয়া , সৰকাৰপাৰা বিস্তৃীৰ্ণ অঞ্চলৰ সীমান্তবাসীক লৈ চিলাই মেচিন,কৃষি সামগ্ৰী,আৰু ল'ৰা-ছোৱালীৰ মাজত খেলৰ সামগ্ৰী বিতৰণ কৰে ৷
৪৯ নম্বৰ বি এছ এফৰ অধিনায়ক জীতেন্দ্ৰ গুপ্তাই যোগদান কৰি সীমান্তবাসীৰ সহযোগ কামনা কৰি নাগৰিক কাৰ্যক্ৰমৰে উক্ত সামগ্ৰীসমূহ বিতৰণ কৰি বিনামূলীয়া চিকিৎসা শিবিৰ উদ্বোধন কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/4b79ee47-353d-43cf-a30d-f13e4325a048/97f1ab78_c970_45a0_8d29_cde41b57dde2.jpg)