/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/f3621097-8482-4131-b2a2-ded096fad4cb/ioui.jpg)
মানকাচৰৰ ভাৰত-বাংলা সীমান্ততত BSF ৰ গুলী চালনা।
সীমান্তৰ BSFৰ গুলীত নিহত এজন চোৰাং সৰবৰাহকাৰী।
BSFৰ গুলীত নিহত হোৱা চোৰাং গৰু সৰবৰাহকাৰীজন মানকাচৰ থানা এলেকাৰ চৰ কুকুৰমাৰা গাঁৱৰ শাহিনুৰ ইছলাম (২৬) বুলি জানিব পৰা গৈছে।
ইছলামে বুধবাৰে নিশা বাংলাদেশত চোৰাং গৰু সৰবৰাহৰ সময়ত BSFৰ গুলীত নিহত হৈছে বুলি জনা গৈছে।
সীমান্তৰ কুকুৰমাৰা সীমান্ত অঞ্চলত সংঘটিত হৈছে এই গুলী চালনাৰ ঘটনা।
সম্প্ৰতি অঞ্চলত এক চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।
Also Read: কৃষকৰ মৃত্যুঃ দুদিনৰ বাবে স্থগিত 'দিল্লী চলো' যাত্ৰা, প্ৰতিবাদকাৰীয়ে পালন কৰিব ক'লা দিৱস