চিকিৎসাধীন প্রাক্তন মন্ত্রী তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী

চিকিৎসাধীন প্রাক্তন মন্ত্রী তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী

ডিজিটেল ডেস্কঃ শাৰীৰিকভাৱে অসুস্থ প্রাক্তন মন্ত্রী তথা অগপ নেতা বৃন্দাবন গোস্বামী। হৃদৰোগত আক্রান্ত হোৱাৰ বাবে প্রাক্তন মন্ত্রীগৰাকীক ভৰ্তি কৰোৱা হয় মহানগৰীৰ খানাপাৰাস্থিত হেল্থ চিটি হাস্পতালত।

চিকিৎসাধীন গোস্বামীৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান কেনে আছে সেয়া জানিব পৰা হোৱা নাই যদিও তেওঁৰ অসুস্থতাত দুখ প্ৰকাশ ৰাজনৈতিক মহলৰ। আনহাতে চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাত আছে প্রাক্তন অধ্যাপক দেৱেন দত্তও। নিম্নৰক্তচাপৰ লগতে হৃদৰোগত আক্রান্ত হৈছে দেৱেন দত্ত।

চিকিৎসাধীন প্রাক্তন মন্ত্রী তথা অগপৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামী
মৰাপাগলাদিয়া নৈৰ পাৰত উদ্ধাৰ বিজেপি নেতা কন্দৰ্প বৰ্মনৰ মৃতদেহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in