৭ আগষ্টত উন্মোচন হ’ব “অসীমৰ যাত্ৰাত কাঞ্চৱ বৰুৱা” আৰু “SAURAV KUMAR CHALIHA”…

৭ আগষ্টত উন্মোচন হ’ব “অসীমৰ যাত্ৰাত কাঞ্চৱ বৰুৱা” আৰু “SAURAV KUMAR CHALIHA”…

author-image
asomiyapratidin
New Update
বকোত পুনৰ উত্তেজনা :অসমত মেঘালয়ৰ আৰক্ষীয়ে চাউনি পাতি সপ্তাহিক বজাৰ দখলৰ ষড়যন্ত্ৰ…

ডিজিটেল ডেস্ক : ৭ আগষ্ট পুৱা ১১ বজাত পাণবজাৰস্থিত কটন এলমনাই ভৱন, গুৱাহাটীত পূৰ্বাঞ্চল প্ৰকাশ গুৱাহাটীৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ব। কাঞ্চন বৰুৱাৰ জীৱন আৰু সাহিত্য কৰ্মৰ বিষয়ে নবীন বৰুৱা আৰু ড০ বিনীতা বৰা দেৱ চৌধুৰীয়ে সম্পাদনা কৰা "অসীমৰ যাত্ৰাত কাঞ্চৱ বৰুৱা" আৰু ড০ অনন্যা হিলৈদাৰীৰ "SAURAV KUMAR CHALIHA" এই দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ব । Studies on modern assamese writers এই শিতানত অষ্টমখন গ্ৰন্থ "SAURAV KUMAR CHALIHA" গ্ৰন্থখন উন্মোচন কৰা হ'ব।

Advertisment

উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট সমালোচক ড০ আনন্দ বৰমুদৈ, বিশিষ্ট লেখিকা ৰীতা চৌধুৰী, অনুৰাধা শৰ্মা পূজাৰী আৰু সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্য।

আৰু পঢ়ক : পুনৰ হ্ৰাস পাব ভাৰতীয় টকাৰ মূল্য !

assam book cotton alumini house guwahati