New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2021/08/dangor-khobr-5.jpg)
শিশু দিৱসৰ দিনাই যোগীঘোপাত শিশুৰ কৰুণ মৃত্যু।
দ খাৱৈত পৰি মৃত্যু এটি ডেৰ বছৰীয়া কণমানিৰ।
কুমাৰকটাৰ এটা ইটা ভাটাত এই শোকাৱহ ঘটনা।
মৃত কণমানিটিৰ নাম কাশিনুৰ ৰহমান।
শিশুটিৰ মাতৃয়ে কাম কৰি থকাৰ সময়তে সংঘটিত এই ঘটনা।
Also Read: শিশু দিৱসৰ বিপৰীত ছবি : নগাঁৱৰ পশ্চিমাঞ্চলত বৃদ্ধি পাইছে শিশু শ্ৰমিক
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us