বঙাইগাঁৱৰ মায়াপুৰীত বিধ্বংসী অগ্নিকাণ্ড

বঙাইগাঁৱৰ মায়াপুৰীত বিধ্বংসী অগ্নিকাণ্ড

author-image
Asomiya Pratidin
New Update
নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথত দুৰ্ঘটনাঃ নিহত ৫ জন...

গৰৈমাৰীত বিধ্বংসী অগ্নিকাণ্ড...

  • বঙাইগাঁৱৰ চিলাৰায় পথৰ মায়াপুৰীত বিধ্বংসী অগ্নিকাণ্ড।

  • PR হাৰ্ডৱেৰ নামৰ প্রতিষ্ঠানখনত সংঘটিত এই অগ্নিকাণ্ড।

  • জুইত জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সা-সামগ্রী।

  • এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ।

  • অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই।

Advertisment

Also Read: হায়দৰাবাদত ভয়ংকৰ অগ্নিকাণ্ড : নিহত ৯, আঘাতপ্ৰাপ্ত কেইবাজনো

fire