/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/beb941e6-d4f6-44e2-b3d6-084e7f512bc2/MANJUSREE_18.jpg)
PMGAY গৃহ আবণ্টনত দুৰ্নীতি ! নিলম্বিত খণ্ড উন্নয়ন বিষয়া মঞ্জুশ্ৰী ঘোষ...
-
এইবাৰ নিলম্বিত হ'ল এগৰাকী খণ্ড উন্নয়ন বিষয়া।
-
নিলম্বিত খণ্ড উন্নয়ন বিষয়াগৰাকী মঞ্জুশ্ৰী ঘোষ।
-
তেওঁ বঙাইগাঁৱৰ মাণিকপুৰৰ খণ্ড উন্নয়ন বিষয়া হিচাপে দায়িত্বত আছিল।
-
তেওঁৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী গ্ৰামিণ আৱাস যোজনাৰ গৃহ আৱণ্টনত খেলিমেলিৰ অভিযোগ।
-
তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে গৃহ আৱণ্টনত দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ।
-
মাণিকপুৰগাওঁ পঞ্চায়তত হৈছিল অনিয়ম।
-
এগৰাকী স্থানীয় যুৱকৰ অভিযোগৰ ভিত্তিত এই ব্যৱস্থা গ্ৰহণ। ৃ
Also Read: যোৰহাট এ ডিভিজন ফুটবল লীগৰ সামৰণিঃ বৰভেটা স্প'ৰ্টছ ক্লাব চেম্পিয়ন...