New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/834e83f4-68e4-44a3-a8e1-b4a1ce7571c9/kjkjl.jpg)
বকোৰ ছমৰীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্রণ হেৰুৱাই পথৰ দাঁতিৰ গছত খুন্দা বাইক আৰোহীৰ।
শুকুৰবাৰে সংঘটিত হয় পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত থিতাতে নিহত দুজন বাইক আৰোহীৰ।
নিহত ছানিদুল ইছলাম আৰু হাৰুনাল ৰশিদ নামৰ দুজন ছাত্র।
সোণতলীৰ শ্বান একাডেমীৰ ছাত্র দুয়োজন।
Also Read: কাজিৰঙাত আৰম্ভ টি টুৰিজিম